Why Nostr? What is Njump?
2024-10-02 17:10:18

mages1ul on Nostr: জোনধনে জোনালীতে তৰাৱতীক চাই ...

জোনধনে জোনালীতে তৰাৱতীক চাই
হাতীপটি চিকিমিকি নাচি নাচি যায়
জোনে কয় তৰাৱতীক মোৰ ফালে চা
ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা..
.....

Author Public Key
npub1ntdfxxn7nejuwvm44cghltg5qyr8dmpqjr0kcfud8z7s90msxu6sxeymwk