Why Nostr? What is Njump?
2024-11-05 16:43:39

Mageshwar Medak on Nostr: সাগৰ সংগমত কতনা সাঁতুৰিলোঁ ...

সাগৰ সংগমত কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত
তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ
উর্মিমালা অশান্ত।
মনৰ প্রশান্ত
সাগৰৰ বক্ষত
জোৱাৰৰ নাই আজি অন্ত
অজস্র লহৰে নৱ নৱ গতিৰে
আনি দিয়ে আশা অফুৰন্ত।..
....
Author Public Key
npub1nkm49tqk4ujzj0dlunndywlc7smx6r7ud2jt9l7p43ga558p432s7pd6x9