Why Nostr? What is Njump?
2024-10-30 17:22:22

Mageshwar Medak on Nostr: প্ৰতিদিনে তুমি দিয়া আহি এপাহি ...

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল
এপাহি হাহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল..
....
Author Public Key
npub1nkm49tqk4ujzj0dlunndywlc7smx6r7ud2jt9l7p43ga558p432s7pd6x9